সম্পাদনা/বিভাগীয় মেজ

 Our Theme

"কৰ্মই ধৰ্ম গতিকে কাম কৰি যাব লাগে,ফলবোৰ মিঠা নে তিতা ভৱিষ্যই ক'ব"



আমাৰ এইটো প্ৰয়াসে অনলাইনৰ মজিয়াত কিমান দিনলৈ আমাৰ কৰ্ম অটুত হৈ থাকে,সঠিকভাৱে কব নোৱাৰো যদিওঁ আমি অনায়াসে আমাৰ কৰণীয়বোৰ কৰি যাবলৈ চেষ্টা কৰিম॥ আমি এই অনলাইনৰ জগতত অভিজ্ঞতা থকা যুৱ চাম নহ'য়।তথাপিওঁ এষাৰ কথা আছে নহয়,কাম কৰাৰ পাছতেহে অভিজ্ঞতাপূৰ্ণ হৈ উঠে।আশা কৰিছো আপোনালোকে আমাৰ ক্ৰুটিবোৰ দেখুৱাই দিয়ে,আমাৰ ভূলবোৰ দেখুৱাই দিবলৈ বাৰ্তা যোগেৰে ক'ব পাৰি অথবা যোগাযোগ কক্ষত আমাক পৰামৰ্শ দিব পাৰিব॥

Tapan Payeng/Karsang Takar

(Bsc.Botany),

Founder and CEO of

Notun Tathya Asomiya

Sunil   Payeng/S.Kr.P

(Masters from

Rajiv Gandhi University in History),

Founder and Executive of

Notun Tathya Asomiya

Aditya Payeng/Aditya P.,

Chief Adv.of

Notun Tathya Asomiya..

Parismita Payeng,

Asst.Adv of

Notun Tathy Asomiya,

Masters in Education.


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.